ಅರ್ಥ : দলিয়াই দিয়া
ಉದಾಹರಣೆ :
তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে
ಅರ್ಥ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
ಉದಾಹರಣೆ :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
ಸಮಾನಾರ್ಥಕ : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা
ಅರ್ಥ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
ಉದಾಹರಣೆ :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
ಸಮಾನಾರ್ಥಕ : দলিয়া, নিক্ষেপ কৰা, পেলোৱা
ಅರ್ಥ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা
ಉದಾಹರಣೆ :
লʼৰাটোৱে খেলনাটো দলিয়ালে
ಸಮಾನಾರ್ಥಕ : লদিওৱা
ಅರ್ಥ : আনৰ হতুৱাই দলিয়া
ಉದಾಹರಣೆ :
মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে