ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দল   বিশেষ্য

ಅರ್ಥ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

ಉದಾಹರಣೆ : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

ಸಮಾನಾರ್ಥಕ : পাহি

ಅರ್ಥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ಉದಾಹರಣೆ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

ಸಮಾನಾರ್ಥಕ : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

ಅರ್ಥ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ಉದಾಹರಣೆ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

ಸಮಾನಾರ್ಥಕ : পক্ষ, পার্টী

ಅರ್ಥ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ಉದಾಹರಣೆ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

ಸಮಾನಾರ್ಥಕ : পত্র, পর্ণ, পাত

ಅರ್ಥ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ಉದಾಹರಣೆ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

ಸಮಾನಾರ್ಥಕ : মণ্ডল, মণ্ডলী, সংগঠন

ಅರ್ಥ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ಉದಾಹರಣೆ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

ಸಮಾನಾರ್ಥಕ : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

ಅರ್ಥ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

ಉದಾಹರಣೆ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

ಸಮಾನಾರ್ಥಕ : পার্টী

ಅರ್ಥ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

ಉದಾಹರಣೆ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

ಸಮಾನಾರ್ಥಕ : জাক

ಅರ್ಥ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

ಉದಾಹರಣೆ : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

ಸಮಾನಾರ್ಥಕ : পাৰিষদ্্বর্গ, ্গোট