ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ দর্শন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

দর্শন   বিশেষ্য

ಅರ್ಥ : দেখা কার্য

ಉದಾಹರಣೆ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

ಸಮಾನಾರ್ಥಕ : অৱলোকন, চোৱা-, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য

ಅರ್ಥ : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ

ಉದಾಹರಣೆ : আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ

ಸಮಾನಾರ್ಥಕ : দৰশন

ಅರ್ಥ : দেখা অৱস্থা বা ভাব

ಉದಾಹರಣೆ : এই বস্তুটো দেখনত ভাল

ಸಮಾನಾರ್ಥಕ : অৱলোকন, চাৱনি, দেখন, ্চাৱন

ಅರ್ಥ : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা

ಉದಾಹರಣೆ : বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ

ಸಮಾನಾರ್ಥಕ : ্তত্ত্বজ্ঞান

ಅರ್ಥ : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ

ಉದಾಹರಣೆ : কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই

ಸಮಾನಾರ್ಥಕ : দৰশন