ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
ಉದಾಹರಣೆ : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
ಸಮಾನಾರ್ಥಕ : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ
ಅರ್ಥ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
ಉದಾಹರಣೆ : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
ಸಮಾನಾರ್ಥಕ : বাৰ
ಅರ್ಥ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
ಉದಾಹರಣೆ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
ಸಮಾನಾರ್ಥಕ : ধাৰা, নিয়ম
ಅರ್ಥ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
ಉದಾಹರಣೆ : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
ಸಮಾನಾರ್ಥಕ : কিস্তি, খেপ, বাৰ
ಸ್ಥಾಪನೆ