ಅರ್ಥ : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে
ಉದಾಹರಣೆ :
ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল
ಸಮಾನಾರ್ಥಕ : ন্যায়াধীশ, মেজিষ্ট্রেট
ಅರ್ಥ : দণ্ডাধীশ বা দণ্ডাধিকাৰীৰ পদ
ಉದಾಹರಣೆ :
মহেশে দণ্ডাধীশৰ বাবে আৱেদন কৰিছে
ಸಮಾನಾರ್ಥಕ : দণ্ডাধিকাৰী