ಅರ್ಥ : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
ಉದಾಹರಣೆ :
তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
ಸಮಾನಾರ್ಥಕ : শুং
ಅರ್ಥ : দাঁতেৰে কামোৰা কার্য
ಉದಾಹರಣೆ :
বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
ಅರ್ಥ : দাঁতেৰে কামুৰিলে হোৱা ঘা
ಉದಾಹರಣೆ :
সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে