ಅರ್ಥ : থাইলেণ্ডৰ অধিবাসী
ಉದಾಹರಣೆ :
এই হোটেলখনত ভালেমান থাইবাসীয়ে বাহৰ পাতি আছেহি
ಸಮಾನಾರ್ಥಕ : থাইবাসী, থাইলেণ্ড-বাসী
ಅರ್ಥ : যি লিপিত থাই ভাষা লিখা হয়
ಉದಾಹರಣೆ :
ছোৱালীজনীয়ে বহীখনত থাই লিপি লিখি আছে
ಸಮಾನಾರ್ಥಕ : থাই লিপি
ಅರ್ಥ : থাইলেণ্ডৰ বা তাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
থাই সীমান্তত ডকাইতৰ দল গ্রেপ্তাৰ হʼল
ಅರ್ಥ : থাই ভাষাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
আমি এখন থাই চিনেমা চালোঁ