ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ಉದಾಹರಣೆ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
ಸಮಾನಾರ್ಥಕ : ক্ষেত্র, জেগা, ঠাই, থান, প্রদেশ, ভূমি, স্থল, স্থান
ಅರ್ಥ : পানী নথকা ভূমি ভাগ
ಉದಾಹರಣೆ : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
ಸಮಾನಾರ್ಥಕ : ভূ-খণ্ড, ভূ-পৃষ্ঠ, মাটি, স্থল, স্থলভূমি
ಅರ್ಥ : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
ಉದಾಹರಣೆ : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : আড্ডা, আড্ডাস্থলী, কেন্দ্র, ঘাটি, থলী, স্থল, স্থলী
ಸ್ಥಾಪನೆ