ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ থকা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

থকা   বিশেষ্য

ಅರ್ಥ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য

ಉದಾಹರಣೆ : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়

ಸಮಾನಾರ್ಥಕ : থাকি যোৱা

থকা   ক্ৰিয়া

ಅರ್ಥ : সত্তা, অস্তিত্ব, উপস্থিতি আদি সূচোৱা প্রধান তথা সকলোতকৈ অধিক প্রচলিত ক্রিয়া

ಉದಾಹರಣೆ : ৰমা সেই কোঠাটোত আছে

ಅರ್ಥ : বেয়া হৈ নোযোৱা

ಉದಾಹರಣೆ : ৰিফ্রিজাৰেটৰত বস্তুবোৰ ভালেমান দিন ধৰি থাকে

ಅರ್ಥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলাই যোৱা কার্য

ಉದಾಹರಣೆ : মাকে জীয়েকক বুজাই কʼলে যে তুমি কেনেদৰে শহুৰৰ ঘৰত থাকিবা

ಸಮಾನಾರ್ಥಕ : নির্বাহ কৰা

ಅರ್ಥ : কোনো বস্তু, ঠাই আদিত ৰখা বা তাৰ অন্তর্গত ্হোৱা

ಉದಾಹರಣೆ : টেংকিত পানী আছে এই বটলত পানী আছে

ಅರ್ಥ : এক নিশ্চিত স্থিতিত থকা বা কʼৰবাত স্থিত হোৱা

ಉದಾಹರಣೆ : হিমালয় ভাৰতৰ উত্তৰ দিশত আছে

ಸಮಾನಾರ್ಥಕ : স্থিত হোৱা, হোৱা

ಅರ್ಥ : কʼৰবাত আশ্রয় লোৱা

ಉದಾಹರಣೆ : আমি দিল্লীলৈ গʼলে শর্মাদেৱৰ তাত থাকোঁ

ಅರ್ಥ : স্থিত হোৱা

ಉದಾಹರಣೆ : এই নগৰখন গংগা নদীৰ তীৰত আছে

ಸಮಾನಾರ್ಥಕ : অৱস্থিত থকা

ಅರ್ಥ : (জীৱন-যাপনৰ বাবে) বসবাস কৰা

ಉದಾಹರಣೆ : এই শ্রমিকসকল ওচৰৰ বস্তিত বাস কৰে

ಸಮಾನಾರ್ಥಕ : বসতি কৰা, বাস কৰা