ಅರ್ಥ : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
ಉದಾಹರಣೆ :
খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
ಸಮಾನಾರ್ಥಕ : তর্মুজ
ಅರ್ಥ : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
ಉದಾಹರಣೆ :
গৰমত তৰমুজ বেছিকৈ পোৱা যায়
ಅರ್ಥ : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
ಉದಾಹರಣೆ :
নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
ಸಮಾನಾರ್ಥಕ : তৰবুজ
ಅರ್ಥ : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
ಉದಾಹರಣೆ :
গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়