ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
ಉದಾಹರಣೆ : বিদ্যুততো তৰঙ্গ থাকে
ಸಮಾನಾರ್ಥಕ : ঢৌ, তৰংগ, লহৰ
ಅರ್ಥ : কোনো ভাল বা অভীষ্ট সিদ্ধিৰ কাৰণে মনত উৎপন্ন হোৱা সুখদায়ক ভাব
ಉದಾಹರಣೆ : কইনাৰ মনত প্রিয় মিলনৰ তৰঙ্গ আন্দোলিত হৈ আছে
ಸಮಾನಾರ್ಥಕ : লহৰী, হিল্লোল
ಅರ್ಥ : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
ಉದಾಹರಣೆ : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
ಸಮಾನಾರ್ಥಕ : উর্মি, কল্লোল, ঢৌ, তৰংগ, লহৰ, লহৰী, হিল্লোল
ಸ್ಥಾಪನೆ