ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ভয় কৰি আছে
ಉದಾಹರಣೆ : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল
ಸಮಾನಾರ್ಥಕ : আতংকিত, ভয়াতুৰ, সন্ত্রস্ত
ಅರ್ಥ : যিজনৰ মন ভয়ভাৱেৰে পূর্ণ ্ অথবা যিলোকৰ কোনো কাম আদি কৰিবলৈ লʼলে মনত ভয় উপজে:ভয়াতুৰ মানুহে জীৱনত বাৰে-বাৰে হাৰ মানিব লগীয়া হয়
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : অলপ-ধতুৱা, অসাহসিক, আতঙ্কগ্রস্ত, আতঙ্কিত, উচপিচীয়া, চকিত, ত্রাসিত, ভীত, ভয়গ্রস্ত, ভয়াতুৰ, ভয়ার্ত্ত, ভয়াল, সন্ত্রস্ত, সন্ত্রাসিত
ಅರ್ಥ : ভয়তে মনে মনে থকা বা যি ভয় খাইছে
ಉದಾಹರಣೆ : প্রিয়ংকাই সাপটো দেখাৰ লগে লগে আতংকিত হʼল
ಸಮಾನಾರ್ಥಕ : আতংকিত
ಅರ್ಥ : যি ভয় খাইছে
ಉದಾಹರಣೆ : অন্যায়ৰ দ্বাৰা ভীত নহৈ তাৰ বিৰুদ্ধে যুঁজিব লাগে
ಸಮಾನಾರ್ಥಕ : অলপ-ধতুৱা, আতংকিত, ত্রাসান্বিত, ভীত, ভীতি-বিহ্বল, ভয়গ্রস্ত, ভয়ত্রস্ত, ভয়াতুৰ, ভয়ার্ত, ভয়াল, শংকিত, শঙ্কিত, সশংকিত, ্ত্রাসিত
ಸ್ಥಾಪನೆ