ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য
ಉದಾಹರಣೆ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে
ಸಮಾನಾರ್ಥಕ : এৰা, পৰিত্যাগ
ಅರ್ಥ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য
ಉದಾಹರಣೆ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল
ಸಮಾನಾರ್ಥಕ : উৎসর্গ, এৰা, পৰিত্যাগ
ಸ್ಥಾಪನೆ