ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তেলেগু ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তেলেগু   বিশেষ্য

ಅರ್ಥ : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী

ಉದಾಹರಣೆ : চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল

ಅರ್ಥ : যি লিপিত তেলেগু ভাষা লিখা হয়

ಉದಾಹರಣೆ : কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে

ಸಮಾನಾರ್ಥಕ : তেলেগু লিপি

ಅರ್ಥ : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা

ಉದಾಹರಣೆ : অন্ধ্রপ্রদেশত তেলেগু কথা কয়

তেলেগু   বিশেষণ

ಅರ್ಥ : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল

ಅರ್ಥ : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : এইখন বহুত জনপ্রিয় তেলেগু চিনেমা

ಅರ್ಥ : তেলেঙ্গ দেশত বসতি কৰোতা

ಉದಾಹರಣೆ : তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা