ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তেজ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তেজ   বিশেষ্য

ಅರ್ಥ : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ಉದಾಹರಣೆ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

ಸಮಾನಾರ್ಥಕ : এনার্জি, ক্ষমতা, শক্তি

ಅರ್ಥ : দুখ বা অঘটন ঘটাব পৰা মনৰ এনে এক উগ্র অৱস্থা যাৰ প্রৰোচনাত পৰি মানুহে উচিত অনুচিত বিচাৰ নকৰি যি কোনো কামেই কৰিব পাৰে:খং উঠিলে মানুহে যিকোনো অঘটন ঘটাব পাৰে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অমর্ষণ, কোপ, কোপাগ্নি, কোপানল, ক্রোধ, ক্রোধন, ক্রোধাগ্নি, ক্রোধানল, খং, খং-জুই, খং-ৰাগ, গোছা, জঁক, জঁকি, জমক, তক, দ্বিতীয় ৰিপু, ফাই, ভমক, ্ অমর্ষ, ৰাগ, ৰোষ, ৰোষ-কোপ, ৰোষ-বহ্নি, ৰোষানল

ಅರ್ಥ : তেজস্বী হোৱা ভাব

ಉದಾಹರಣೆ : তেজস্বিতাৰ কাৰণে মহাপুৰুষসকলৰ মুখমণ্ডল জিলিকি থাকে

ಸಮಾನಾರ್ಥಕ : তেজস্বিতা

ಅರ್ಥ : শৰীৰৰ সিৰা-উপসিৰাত প্রবাহিত ৰঙা ৰঙৰ জুলীয়া পদার্থ

ಉದಾಹರಣೆ : শৰীৰৰ পৰা তেজ ওলাই থকা স্বত্বেও সৈনিকজনে যুদ্ধক্ষেত্রত যুঁজি থাকিল

ಸಮಾನಾರ್ಥಕ : খুন, তেজকুৰ, লহু, লোহিত, শোণিত, ৰক্ত, ৰুধিৰ

ಅರ್ಥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ಉದಾಹರಣೆ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

ಸಮಾನಾರ್ಥಕ : জোৰ, পৰাক্রম, বল, শকতি, শক্তি