ಅರ್ಥ : তুর্কিস্তানৰ অধিবাসী
ಉದಾಹರಣೆ :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
ಸಮಾನಾರ್ಥಕ : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী
ಅರ್ಥ : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে
ಅರ್ಥ : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা
ಉದಾಹರಣೆ :
এই তুর্কী টুপিটো তুমি কʼত পালা
ಅರ್ಥ : তুর্কিস্তানত বসবাস কৰোতা
ಉದಾಹರಣೆ :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
ಸಮಾನಾರ್ಥಕ : তুর্কীস্তান বাসী, তুর্কীস্তানী