ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : কাষ, কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
ಅರ್ಥ : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
ಉದಾಹರಣೆ : নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
ಸಮಾನಾರ್ಥಕ : পাৰ
ಅರ್ಥ : ধনুৰ দ্বাৰা নিক্ষেপ কৰা ধাতু আদিৰে তৈয়াৰী এক প্রকাৰ মিহি আৰু দীঘল অস্ত্র
ಉದಾಹರಣೆ : কাঁড়ডাল লগাত চৰাইজনীয়ে ধৰ্ফৰাবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : কাঁড়, কাঁৰ, বাণ, শৰ
ಸ್ಥಾಪನೆ