ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তিৰস্কাৰ কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তিৰস্কাৰ কৰা   ক্ৰিয়া

ಅರ್ಥ : কাৰোবাক বেয়া কথা কোৱা

ಉದಾಹರಣೆ : তেওঁ ্ আধা ঘণ্টা ধৰি গালি পাৰি আছে

ಸಮಾನಾರ್ಥಕ : কটুক্তি কৰা, গালি দিয়া, গালি পৰা, বকা, বকি থকা, বিতণ্ডা কৰা, বি্কর্থ্্না কৰা, লণ্ডাটিকা কৰা

ಅರ್ಥ : কাৰোবাৰ মান-সন্মান বা প্রতিষ্ঠাত হানি হোৱাকৈ কৰা কাম বা কথা

ಉದಾಹರಣೆ : তেওঁ ্ মোক সকলোৰে সন্মুখত অপমান কৰিলে

ಸಮಾನಾರ್ಥಕ : অনাদৰ কৰা, অপমান কৰা, অপমানিত কৰা

ಅರ್ಥ : অৱজ্ঞা বা তিৰস্কাৰপূর্বক ্কোনো টান কথা কোৱা

ಉದಾಹರಣೆ : শ্যামে টকা বিচৰাত দেউতাকে তেওঁক তিৰস্কাৰ কৰিলে