ಅರ್ಥ : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
ಉದಾಹರಣೆ :
তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
ಅರ್ಥ : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
ಉದಾಹರಣೆ :
তেওঁৰ ্ গালত কʼলা তিল আছে
ಅರ್ಥ : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
ಉದಾಹರಣೆ :
সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
ಸಮಾನಾರ್ಥಕ : বিউটি স্পট
ಅರ್ಥ : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
ಉದಾಹರಣೆ :
তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়