ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তিথি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তিথি   বিশেষ্য

ಅರ್ಥ : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

ಉದಾಹರಣೆ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

ಸಮಾನಾರ್ಥಕ : দিৱস, বার্ষিকী, ্পর্ব

ಅರ್ಥ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ಉದಾಹರಣೆ : এদিনত আঠটা প্রহৰ থাকে

ಸಮಾನಾರ್ಥಕ : দিন, দিৱস

ಅರ್ಥ : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন

ಉದಾಹರಣೆ : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো

ಸಮಾನಾರ್ಥಕ : তাং, তাৰিখ, দিনাংক