ಅರ್ಥ : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
ಉದಾಹರಣೆ :
কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
ಸಮಾನಾರ್ಥಕ : ভিজোৱা
ಅರ್ಥ : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
ಉದಾಹರಣೆ :
ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
ಸಮಾನಾರ್ಥಕ : তিয়াই থোৱা, ভিজোৱা