ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তালিকা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তালিকা   বিশেষ্য

ಅರ್ಥ : কোনো বিষয়ৰ প্রধান প্রধান কথাৰ ক্রমবিৱৰণী দিয়া সূচনা

ಉದಾಹರಣೆ : তেওঁ কিনা বস্তুবোৰৰ এখন তালিকা বনালে

ಸಮಾನಾರ್ಥಕ : অনুক্রমণিকা, লিষ্ট, সূচী

ಅರ್ಥ : পৃথক পৃথক স্তম্ভ অথবা শাৰীৰ ৰূপত থকা শ্্ব্দ, পদ, অংক আদিৰ সেই বিন্যাস যʼত সেই শ্্ব্দ, পদ, অংক আদিৰ পাৰস্পৰিক সম্বন্ধ বা কিছুমান বিশেষ তথ্যৰ নির্দেশ ্কৰা থাকে

ಉದಾಹರಣೆ : তালিকাৰ ব্যৱহাৰ অধ্যয়ন, গণনা আদি কৰিবলৈ কৰা হয়

ಸಮಾನಾರ್ಥಕ : টেবুল