ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তালাচী ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তালাচী   বিশেষ্য

ಅರ್ಥ : লুকাই থকা বা হেৰোৱা কোনো বস্তু বিচৰা কার্য ্বা ভাব

ಉದಾಹರಣೆ : পুলিচে হত্যাকাৰীৰ অনুসন্ধান চলাই আছে

ಸಮಾನಾರ್ಥಕ : অনুসন্ধান, বিচাৰ

ಅರ್ಥ : হেৰোৱা বা লুকুৱাই থোৱা কোনো বস্তু পাবৰ কাৰণে কাৰোবাৰ শৰীৰ বা ঘৰ আদিত বিচাৰ-খোচাৰ কৰা কার্য

ಉದಾಹರಣೆ : উৰাজাহাজত যাত্রা কৰাৰ পূর্বে ্যাত্রীসকলৰ বয়বস্তু আৰু শৰীৰত তালাচী চলোৱা হয়