ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তাল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তাল   বিশেষ্য

ಅರ್ಥ : কাঁইটীয়া বৃক্ষৰ পৰা পোৱা এবিধ গোল ডাঙৰ ফল যাৰ সাৰভাগ কোমল হয়

ಉದಾಹರಣೆ : বেলৰ চৰবত পেটৰ বাবে উপকাৰী

ಸಮಾನಾರ್ಥಕ : বিল্ব, বেল, শ্রীফল

ಅರ್ಥ : শাখা-প্রশাখাহীন স্তম্ভৰ দৰে থকা চিধা ওপৰলৈ বাঢ়ি যোৱা আৰু আগ অংশত ডাঙৰ ডাঙৰ পাত থকা এবিধ গছ

ಉದಾಹರಣೆ : তেওঁ ্ তাল গছৰ পৰা তাড়ি পানী উলিয়াইছে

ಸಮಾನಾರ್ಥಕ : তাল গছ

ಅರ್ಥ : নচা-গোৱা, বজোৱা আদিত তাৰ সময় আৰু ক্রিয়াৰ পৰিমাণ ঠিক ৰখাৰ এক উপকৰণ

ಉದಾಹರಣೆ : নর্তকীয়ে বাদকক নৃত্যৰ তাল বুজাই আছেএই ৰাগ তিনি তালৰ

ಅರ್ಥ : নাম-প্রসঙ্গ, পূজা আদিত বজোৱা মঞ্জিৰাৰ দৰে গোলাকাৰ এবিধ ় কাঁহৰ যুৰীয়া বাদ্য

ಉದಾಹರಣೆ : নাম-কী্র্তনত ্ কেইবাযোৰো তাল বজাইছিল

ಸಮಾನಾರ್ಥಕ : তূর্য, দামামা