ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ তামিল ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

তামিল   বিশেষ্য

ಅರ್ಥ : যি লিপিত তামিল ভাষা লিখা হয়

ಉದಾಹರಣೆ : তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে

ಸಮಾನಾರ್ಥಕ : তামিল লিপি

ಅರ್ಥ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা

ಉದಾಹರಣೆ : তেওঁলোক দুজনে তামিলত কথা পাতি আছে

ಸಮಾನಾರ್ಥಕ : তামিল ভাষা

ಅರ್ಥ : তামিলনাডুৰ নিবাসী

ಉದಾಹರಣೆ : ভালেমান তামিল মোৰ ভাল বন্ধু

তামিল   বিশেষণ

ಅರ್ಥ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ

ಉದಾಹರಣೆ : তামিল সাহিত্য বহুত উন্নত

ಅರ್ಥ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা

ಉದಾಹರಣೆ : বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে

ಅರ್ಥ : তামিলনাডুত থকা বা বসতি কৰা

ಉದಾಹರಣೆ : তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে