ಅರ್ಥ : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
ಉದಾಹರಣೆ :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
ಸಮಾನಾರ್ಥಕ : তাচপাত, প্লে কার্ড
ಅರ್ಥ : তাচৰ পাতেৰে খেলিব পৰা খেল
ಉದಾಹರಣೆ :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে