ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জলাশয়ৰ তলৰ ভূমি
ಉದಾಹರಣೆ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
ಸಮಾನಾರ್ಥಕ : তলি
ಅರ್ಥ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
ಉದಾಹರಣೆ : লোটাটোৰ তলিত গেদ জমা হৈছে
ಅರ್ಥ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
ಉದಾಹರಣೆ : গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
ಸಮಾನಾರ್ಥಕ : স্তৰ
ಅರ್ಥ : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ
ಉದಾಹರಣೆ : এই কেৰাহীখনৰ তলীখন ডাঠ
ಸಮಾನಾರ್ಥಕ : তলী
ಸ್ಥಾಪನೆ