ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উষ্ণতা বা তাপ থকা
ಉದಾಹರಣೆ : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
ಸಮಾನಾರ್ಥಕ : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, গৰম, তপত, তাপময়, তাপযুক্ত
ಅರ್ಥ : যাক গৰম কৰা হৈছে
ಉದಾಹರಣೆ : উত্তপ্ত বাচনটোক স্পর্শ কৰোতেই হাত পুৰি গʼল
ಸಮಾನಾರ್ಥಕ : উত্তপ্ত, উত্তাপিত
ಅರ್ಥ : তপত হোৱা
ಉದಾಹರಣೆ : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : গৰম, তপত
ಸ್ಥಾಪನೆ