ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : তপা হোৱা অৱস্থা
ಉದಾಹರಣೆ : তপা হোৱা কাৰণে তেওঁক বৰ বয়সীয়াল যেন লাগিছে
ಸಮಾನಾರ್ಥಕ : তপামূৰা
ಅರ್ಥ : যিজনৰ মূৰ চুলি সৰি গৈছে
ಉದಾಹರಣೆ : চার্কাচত এটা টকলাই সকলোকে আনন্দ দি আছিল
ಸಮಾನಾರ್ಥಕ : টকলা
ಅರ್ಥ : যাৰ মূৰত চুলি নাই
ಉದಾಹರಣೆ : তেওঁ ্তপা ব্যক্তিজনৰ মূৰত বাৰে-বাৰে মৰিয়াই আছে
ಸಮಾನಾರ್ಥಕ : টকলা, টকলামূৰা, তপামূড়া, তপামূৰা, তাপলীয়া, ধোৱা-মূলা, লঠৰু
ಅರ್ಥ : যাৰ মূৰৰ চুলি সৰি গৈছে
ಉದಾಹರಣೆ : কিছুমান তপা ব্যক্তিয়ে উইগ পৰিধান কৰে
ಸ್ಥಾಪನೆ