ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : তপস্যা কৰা ব্যক্তি
ಉದಾಹರಣೆ : বিশ্বামিত্র এজন তপস্বী আছিল
ಸಮಾನಾರ್ಥಕ : তপোধন, তপোনিধি, তাপস
ಅರ್ಥ : আধ্যাত্মিক আৰু ভৌতিক তত্ত্বৰ জ্ঞাতা, পৰম বুদ্ধিমান, দূৰদর্শী, চৰিত্রবান আৰু ত্যাগী ব্যক্তি
ಉದಾಹರಣೆ : ভাৰতত বহুত ডাঙৰ ডাঙৰ ঋষি হৈছে
ಸಮಾನಾರ್ಥಕ : ঋষি, তপোধন, মুণি
ಅರ್ಥ : তপস্যা কৰোঁতা
ಉದಾಹರಣೆ : তপস্বী মহাত্মা সমাধিস্থ হৈ আছে
ಸ್ಥಾಪನೆ