ಅರ್ಥ : জগতৰ মূল কাৰণ
ಉದಾಹರಣೆ :
সাংখ্য দর্শন অনুসৰি তত্ত্বৰ সংখ্যা পঞ্চাশটা বুলি কোৱা হৈছে
ಅರ್ಥ : কোনো পদার্থ আদিৰ বাস্তৱিক বা প্রধান অংশ
ಉದಾಹರಣೆ :
এই অধ্যায়টোৰ সাৰ এইটোৱেই যে আমি সদায় সঁ্চা কথা কোৱা উচিত
ಸಮಾನಾರ್ಥಕ : শ্রেষ্ঠাংশ, সাৰ, সাৰ তত্ত্ব, সাৰ বস্তু