ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বৰ সোনকালে কাম কৰা অৱস্থা, যাক উচিত বুলি ভবা নহয়
ಉದಾಹರಣೆ : খৰধৰকৈ কৰা কাম ভাল নহয়
ಸಮಾನಾರ್ಥಕ : উৎপাত, খৰধৰ, লৰালৰি, হুৰমূৰ
ಅರ್ಥ : লৰালৰি বা অস্থিৰতাৰ কাৰণে হোৱা দোধোৰ-মোধোৰ অৱস্থা
ಉದಾಹರಣೆ : অকস্মাৎ জুই লগাৰ কাৰণে খদমদম লাগি গʼল
ಸಮಾನಾರ್ಥಕ : উথপথপ, খদমদম, গোলমাল
ಸ್ಥಾಪನೆ