ಅರ್ಥ : ঢিলা হোৱা অৱস্থা বা ভাব
ಉದಾಹರಣೆ :
নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
ಸಮಾನಾರ್ಥಕ : শিথিলতা
ಅರ್ಥ : যিটো বেছি গাঢ় নহয়
ಉದಾಹರಣೆ :
দৈখিনি ঢিলাকৈ বান্ধিলে
ಅರ್ಥ : ঠেক বা কচি বা টানি নবন্ধা
ಉದಾಹರಣೆ :
মোহনে ঢিলা কাপোৰ পিন্ধে
ಅರ್ಥ : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
ಉದಾಹರಣೆ :
ৰছীডাল ঢিলা হৈ গʼল
ಅರ್ಥ : যিটো ভালদৰে বন্ধা বা লগা নাই
ಉದಾಹರಣೆ :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে