ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : পানী বা কোনো দ্রৱ পদার্থত দিয়া
ಉದಾಹರಣೆ : স্বামীজীয়ে পানী খাবৰ কাৰণে কমণ্ডলুটো নদীত ডুবালে
ಅರ್ಥ : নষ্ট বা নিঃশেষ কৰা
ಉದಾಹರಣೆ : ঠাকুৰৰ পুতেকে জুৱাত বহুত টকা নষ্ট কৰিলে
ಸಮಾನಾರ್ಥಕ : নষ্ট কৰা, বৰবাদ কৰা
ಅರ್ಥ : পানীৰে ভৰাই দিয়া
ಉದಾಹರಣೆ : এদিনৰ বৰষুণেই গোটেই গাওঁখন ডুবাই দিলে
ಸ್ಥಾಪನೆ