ಅರ್ಥ : নেদাৰলেণ্ডৰ নিবাসী
ಉದಾಹರಣೆ :
সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
ಸಮಾನಾರ್ಥಕ : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
ಅರ್ಥ : নেদাৰলেণ্ডত কোৱা ভাষা
ಉದಾಹರಣೆ :
ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
ಸಮಾನಾರ್ಥಕ : ওলন্দাজ ভাষা, ডাচ ভাষা
ಅರ್ಥ : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
ಉದಾಹರಣೆ :
আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
ಅರ್ಥ : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
ಉದಾಹರಣೆ :
তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে