ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ডাক ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ডাক   বিশেষ্য

ಅರ್ಥ : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি

ಉದಾಹರಣೆ : ডাকোৱালে সদায় চাৰি বজাত ডাক আনে

ಸಮಾನಾರ್ಥಕ : পোষ্ট

ಅರ್ಥ : যিটো শুনা যায়

ಉದಾಹರಣೆ : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে

ಸಮಾನಾರ್ಥಕ : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ধ্বনি, নাদ, নিনাদ, নিস্বান, শ্্ব্দ, স্বন, স্বনন, স্বৰ, ৰণন, ৰাৱ

ಅರ್ಥ : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা

ಉದಾಹರಣೆ : মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ

ಅರ್ಥ : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য

ಉದಾಹರಣೆ : মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ