ಅರ್ಥ : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
ಉದಾಹರಣೆ :
ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
ಅರ್ಥ : বার্মু্দাত প্রচলিত মুদ্রা
ಉದಾಹರಣೆ :
তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
ಸಮಾನಾರ್ಥಕ : বার্মুদিয়ান ডলাৰ
ಅರ್ಥ : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
ಉದಾಹರಣೆ :
মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
ಸಮಾನಾರ್ಥಕ : অষ্ট্রেলিয়ান ডলাৰ
ಅರ್ಥ : আমেৰিকাত প্রচলিত মুদ্রা
ಉದಾಹರಣೆ :
এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
ಸಮಾನಾರ್ಥಕ : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
ಅರ್ಥ : বাহামাত চলা মুদ্রা
ಉದಾಹರಣೆ :
এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
ಸಮಾನಾರ್ಥಕ : বাহামিয়ান ডলাৰ