ಅರ್ಥ : ঠিকনা বা স্থান সূচোৱা কোনো বিশেষ কথা যাৰ যোগেদি কাৰোবাৰ ওচৰত পাব পাৰি
ಉದಾಹರಣೆ :
মই তেওঁৰ ঠিকনা বিচাৰি ইয়াত পালোঁহি
ಅರ್ಥ : কোনো ঠাই বা ব্যক্তি আদিক লগ পাবৰ বাবে দিয়া নির্দেশ ্ বা চিঠি আদিত লিখিত কাৰোবাৰ নাম আৰু বসবাস কৰা ঠাই আদি
ಉದಾಹರಣೆ :
ভুল ঠিকনা লিখা কাৰণে ডাকোৱালে বেলেগৰ চিঠি আমাৰ ঘৰত দি গʼল