ಅರ್ಥ : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
ಉದಾಹರಣೆ :
ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
ಸಮಾನಾರ್ಥಕ : বাতা, মেৰামতি কৰা
ಅರ್ಥ : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
ಉದಾಹರಣೆ :
শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
ಸಮಾನಾರ್ಥಕ : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
ಅರ್ಥ : ভাড়াত কোনো যান-বাহন আদি লোৱা
ಉದಾಹರಣೆ :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
ಸಮಾನಾರ್ಥಕ : লোৱা
ಅರ್ಥ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ಉದಾಹರಣೆ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
ಸಮಾನಾರ್ಥಕ : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
ಅರ್ಥ : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
ಉದಾಹರಣೆ :
তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে