ಅರ್ಥ : খুব ভালকৈ ভৰি থকা
ಉದಾಹರಣೆ :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
ಅರ್ಥ : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
ಉದಾಹರಣೆ :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
ಅರ್ಥ : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
ಉದಾಹರಣೆ :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
ಸಮಾನಾರ್ಥಕ : ভর্তি হোৱা, ভৰি থকা