ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
ಉದಾಹರಣೆ :
ಸಮಾನಾರ್ಥಕ : জাৰ, শীত, শৈত্য
ಅರ್ಥ : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
ಉದಾಹರಣೆ : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
ಸಮಾನಾರ್ಥಕ : শান্ত
ಅರ್ಥ : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই
ಉದಾಹರಣೆ : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল
ಅರ್ಥ : যি উষ্ণ নহয়
ಉದಾಹರಣೆ : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে
ಸಮಾನಾರ್ಥಕ : শীতল
ಅರ್ಥ : যʼত শীতলতা আছে
ಉದಾಹರಣೆ : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল
ಸಮಾನಾರ್ಥಕ : শীতল, ্ চেঁ্চা
ಅರ್ಥ : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা
ಉದಾಹರಣೆ : নীলা এক শীতল ৰং
ಸ್ಥಾಪನೆ