ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ঠাট্টা কৰা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ঠাট্টা কৰা   বিশেষ্য

ಅರ್ಥ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

ಉದಾಹರಣೆ : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

ಸಮಾನಾರ್ಥಕ : বিদ্রূপ কৰা, ব্যঙ্গ কৰা

ঠাট্টা কৰা   ক্ৰিয়া

ಅರ್ಥ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

ಉದಾಹರಣೆ : তেওঁ ্সদায় আনৰ নিন্দা কৰে

ಸಮಾನಾರ್ಥಕ : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা

ಅರ್ಥ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা

ಉದಾಹರಣೆ : ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়

ಸಮಾನಾರ್ಥಕ : উপহাস কৰা

ಅರ್ಥ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

ಉದಾಹರಣೆ : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

ಸಮಾನಾರ್ಥಕ : ব্যঙ্গ কৰা

ಅರ್ಥ : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা

ಉದಾಹರಣೆ : পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল

ಸಮಾನಾರ್ಥಕ : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া