ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ಉದಾಹರಣೆ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
ಸಮಾನಾರ್ಥಕ : আনন, গঢ়, চেহেৰা, বদন, মুখ, ৰূপ
ಅರ್ಥ : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ಉದಾಹರಣೆ : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
ಸಮಾನಾರ್ಥಕ : প্রবঞ্চক, প্রৱঞ্চক
ಅರ್ಥ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ಉದಾಹರಣೆ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
ಸಮಾನಾರ್ಥಕ : ধূর্ত, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
ಸ್ಥಾಪನೆ