ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ টিন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

টিন   বিশেষ্য

ಅರ್ಥ : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ

ಉದಾಹರಣೆ : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়

ಸಮಾನಾರ್ಥಕ : বগী তাম, ৰাং

ಅರ್ಥ : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র

ಉದಾಹರಣೆ : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে

ಸಮಾನಾರ್ಥಕ : টেমা, ডিব্বা, বৈয়াম, বয়াম

ಅರ್ಥ : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া

ಉದಾಹರಣೆ : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে

ಸಮಾನಾರ್ಥಕ : টেমা

ಅರ್ಥ : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ

ಉದಾಹರಣೆ : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি

ಸಮಾನಾರ್ಥಕ : ৰাং