ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ টান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

টান   বিশেষ্য

ಅರ್ಥ : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ಉದಾಹರಣೆ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

ಸಮಾನಾರ್ಥಕ : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

ಅರ್ಥ : আসক্ত হোৱা ক্রিয়া বা ভাব

ಉದಾಹರಣೆ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

ಸಮಾನಾರ್ಥಕ : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

টান   বিশেষণ

ಅರ್ಥ : যিটো মোলায়েম নহয়

ಉದಾಹರಣೆ : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

ಸಮಾನಾರ್ಥಕ : কঠিন, ্কর্কৰীয়া

ಅರ್ಥ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ಉದಾಹರಣೆ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

ಸಮಾನಾರ್ಥಕ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন

ಅರ್ಥ : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা

ಅರ್ಥ : যিটো শুনাত খহটা

ಉದಾಹರಣೆ : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

ಸಮಾನಾರ್ಥಕ : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া

ಅರ್ಥ : যিটো সোনকালে বুজি পোৱা নাযায়

ಉದಾಹರಣೆ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

ಸಮಾನಾರ್ಥಕ : অবোধগম্য, কঠিন, দুৰূহ