ಅರ್ಥ : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
ಉದಾಹರಣೆ :
টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
ಅರ್ಥ : টনা কার্য ্বা ভাব
ಉದಾಹರಣೆ :
অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
ಅರ್ಥ : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
ಉದಾಹರಣೆ :
ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
ಸಮಾನಾರ್ಥಕ : টানি উলিওৱা
ಅರ್ಥ : ঘঁহনি খাই যোৱাকৈ টনা কার্য
ಉದಾಹರಣೆ :
তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
ಅರ್ಥ : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
ಉದಾಹರಣೆ :
মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
ಅರ್ಥ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
ಉದಾಹರಣೆ :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
ಸಮಾನಾರ್ಥಕ : চৰোৱা
ಅರ್ಥ : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
ಉದಾಹರಣೆ :
এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
ಅರ್ಥ : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
ಉದಾಹರಣೆ :
চিকাৰীয়ে ধনুৰ গুণ টানিছে
ಸಮಾನಾರ್ಥಕ : কচা, টানি বন্ধা
ಅರ್ಥ : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
ಉದಾಹರಣೆ :
চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
ಸಮಾನಾರ್ಥಕ : খন্দা