ಅರ್ಥ : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
ಉದಾಹರಣೆ :
ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
ಸಮಾನಾರ್ಥಕ : চাচি, ধুমুহা-বতাহবানাহ
ಅರ್ಥ : তীব্রবেগী ধুমুহা
ಉದಾಹರಣೆ :
কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
ಸಮಾನಾರ್ಥಕ : ধুমুহা-বতাহ