ಅರ್ಥ : হিন্দু ধর্মগ্রন্থত বর্ণিত এজন দেৱতা
ಉದಾಹರಣೆ :
বেদতো সূর্যদেৱক পূজা কৰাৰ বিধান আছে
ಸಮಾನಾರ್ಥಕ : অংশুমান, অংশুমালী, অর্ক, অহঃপতি, অৰুণ, আদিত্য, ঊষাপতি, কমলিনীনায়ক, কাশ্যপেয়, কিৰণমালী, গ্রহপতি, গ্রহৰাজ, চিত্রৰথ, জগচক্ষু, তপন, তমোঘ্ন, তমোপহ, তমোহৰ, তিমিৰাৰি, দিনকৰ, দিননাথ, দিনপতি, দিনমণি, দিনেশ, দিবাকৰ, দিবানাথ, দিবাবসু, দিবামণি, দ্যুমণি, নভশ্চক্ষু, পদ্মপাণি, পূষণ, প্রভাকৰ, বিবস্বান, বিভাকৰ, বিভাবসু, বেলি, ভানু, ভাস্কৰ, মার্ত্তণ্ড, মিত্র, মিহিৰ, মৰীচিমালী, সপ্তাশ্ববাহন, সহস্রাংশু, সুৰোত্তম, সূর্য, সূর্য ্দেৱতা, সূর্যদেৱ, ৰবি
ಅರ್ಥ : পোহৰেৰে ভৰি থকা
ಉದಾಹರಣೆ :
এই কোঠাটো আলোকিত
ಸಮಾನಾರ್ಥಕ : আলোকপূর্ণ, আলোকময়, আলোকিত, আলোকোজ্জ্বল, আলোময়, জ্যোতি্র্ময়, দীপ্তিময়, প্রভাযুক্ত