ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ জ্ঞান ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

জ্ঞান   বিশেষ্য

ಅರ್ಥ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ಉದಾಹರಣೆ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

ಸಮಾನಾರ್ಥಕ : বোধ, বোধি, সংজ্ঞা, সজ্ঞান

ಅರ್ಥ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

ಉದಾಹರಣೆ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

ಸಮಾನಾರ್ಥಕ : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা

ಅರ್ಥ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

ಉದಾಹರಣೆ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

ಸಮಾನಾರ್ಥಕ : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

ಅರ್ಥ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা

ಉದಾಹರಣೆ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়

ಸಮಾನಾರ್ಥಕ : উপদেশ, বুজনি, শিকনি, শিক্ষা

ಅರ್ಥ : বোধ ওপজা বৃত্তি বা শক্তি

ಉದಾಹರಣೆ : চেতনাই জীয়াই থকাৰ লক্ষণ

ಸಮಾನಾರ್ಥಕ : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা