ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
ಉದಾಹರಣೆ : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
ಸಮಾನಾರ್ಥಕ : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
ಅರ್ಥ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
ಉದಾಹರಣೆ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
ಸಮಾನಾರ್ಥಕ : তৰুণ, যুৱ, যুৱক
ಅರ್ಥ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
ಉದಾಹರಣೆ : তেওঁ এজন ্ সাহসী সৈনিক
ಸಮಾನಾರ್ಥಕ : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
ಸ್ಥಾಪನೆ